দৃষ্টিকোন আৰু উদ্দেশ্য
ঘৃহ I দৃষ্টিকোন I সংযোগ I তোমাৰ বাৰ্হিপ্ৰাপ্তি I A I ৰ I क

আমাৰ দৃষ্টিকোন
ভাৰত এখন বৰ্নাঢ্য দেশ যত বহু ধৰ্মীয় দল আছে। ভাৰত ৰ্বষৰ ১.২৫ লক্ষ-কোটি জনসাধাৰণৰ মাজত এনে বহুতো ধৰ্মীয় সেৱক আৰু শিষ্য আছে যি সকলে উৎকন্ঠত হৈ ঈশ্বৰৰ সত্য বিচাৰি ফুৰিছে। RITPৰ ২০ খনত কৈ অধিক শক্তিশালী পুস্তিকাৰ দ্বাৰাই ভাৰত ঈশ্বৰৰ অনু্গ্ৰহৰ ণ্ডভবাআ দিয়াৰ দ্বাৰাই যাতে দেশত উন্নতি আৰু আধ্যাত্মিক বিকাশ, এই ডাঙৰ অভাৱ পুৰণ কৰিবলৈ RITP য়ে কামনা কৰে।
আমাৰ উদ্দেশ্য
RITP য়ে লাখ সংখ্যাৰ ণ্ডভবাৰ্ওাৰ পুস্তিকা চপাই আৰু বিতৰন কৰে।আমাৰ পুস্তিকাবোৰ অন-লাইনটো চাব পাৰে। ই-মেইল, ছ'ল্বএল মীচিএ আৰু ব্লু-টুথৰ দ্বাৰাই বিনামুলীয়া ভাবে ডাটনল'ড আৰু শ্বেয়ৰ কৰক। আমাৰ চপোৱা বস্তু আৰু অন-লাইনৰ সামগ্ৰীবাৰৰ যোগেদি "সকলোতে সকলো ব্যক্তিলৈ ঈশ্বৰৰ সত্য প্ৰসাৰিত হ'ব", ত্রই উদ্দেশেয পুৰণ কৰিবলৈ আশা কৰিছো। আপোনা লোকে যদি আমাৰ পুস্তিকা সাহিত্য পঢ়ি আনন্দ উপভোগ কৰিছে, তেনেহলে অনু গ্ৰহ কৰি আমাৰ পুস্তিকা সমুহ ডাউনল'দ, সংলগ্ন আৰু ভাৰত বৰ্ষক ঈশ্বৰৰ অনুগ্ৰহৰ বানীৰ দ্বাৰাই আশীৰ্বাদ প্ৰাপ্ত কৰক।